চাকৰি

দিল্লী পাব্লিক স্কুল, দুলিয়াজানত নিযুক্তি ২০২০

Sentinel Digital Desk

দিল্লী পাব্লিক স্কুল, দুলিয়াজানত নিযুক্তি ২০২০

দিল্লী পাব্লিক স্কুল, দুলিয়াজানত স্নাতকোত্তৰ আৰু বি.এড ডিগ্রীৰ প্ৰাৰ্থীৰ পৰা ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ পদৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ

পদৰ সংখ্যা: ০২

কৰ্ম স্থান: ডিব্ৰুগড়

অৰ্হতা: স্নাতকোত্তৰ/ বি.এড

অভিজ্ঞতা: নূন্যতম ৩ বছৰ

ঠিকনা: Delhi Public School Society, Dibrugarh- Assam- 786602

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

আবেদনৰ শেষ তাৰিখ: ২২/০২/২০২০

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে To The Principal , Delhi Public School, Duliajan, Dibrugarh-Assam-786602. ঠিকনাত বিজ্ঞাপন প্ৰকাশনৰ ৰ ১০ দিনৰ ভিতৰত আবেদন সমূহ পঠিয়াব লাগিব।

অধিক জনাৰ বাবে :Click Here