Begin typing your search above and press return to search.

অসম পেট্ৰকেমিকেলচ লিমিটেডত নিযুক্তি ২০২০

অসম পেট্ৰকেমিকেলচ লিমিটেডত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Feb 2020 10:48 AM GMT

অসম পেট্ৰকেমিকেলচ লিমিটেডত নিযুক্তি ২০২০

অসম পেট্ৰকেমিকেলচ লিমিটেডত খালি পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পদৰ নাম : ডেপুটি জেনেৰেল মেনেজাৰ

পদৰ সংখ্যা: ০২

দৰমহা: ৩০,০০০ টকাৰ পৰা ১,১০,০০/- টকা প্ৰতি মাহ।

কৰ্ম স্থান: ডিব্ৰুগড়

আবেদনৰ শেষ তাৰিখ: ১৭/০২/২০২০

২/পদৰ নাম : চিনিয়ৰ মেনেজাৰ

পদৰ সংখ্যা: ০২

দৰমহা: ৩০,০০০- ১,১০,০০০ /- টকা প্ৰতি মাহ

কৰ্ম স্থান: ডিব্ৰুগড়

আবেদনৰ শেষ তাৰিখ: ১৭/০২/২০২০

ঠিকনা: General Manager (HR)i/c Assam Petro-Chemicals Limited P.O. Parbatpur, Namrup Dist. Dibrugarh, Pin- 786 623 (Assam)

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে বাইঅ' ডাটাৰ সৈতে আবেদনৰ লগত স্ব-স্বাক্ষৰিত নথিপত্ৰ, বয়সৰ প্ৰমানপত্ৰ, কৰ্মৰত অভিজ্ঞতাৰ প্ৰমানপত্ৰ আদি ২০ দিনৰ ভিতৰত স্পিড পোষ্ট যোগে পঠিয়াব লাগিব।

অধিক জনাৰ বাবে : Click Here

অন্য খবৰৰ বাবে পঢ়ক :কটন বিশ্ববিদ্যালয়ত ৰিচাৰ্ছ এচিচটেন্ট/ফিল্ড ইনভেচটিগেটৰ নিযুক্তি ২০২০

Next Story
চাকৰি