চাকৰি

কৰিমগঞ্জ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

Sentinel Digital Desk

কৰিমগঞ্জ উপায়ুক্তৰ কাৰ্য্যালয়ত নিযুক্তি ২০২০

অসম চৰকাৰৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয় কৰিমগঞ্জত ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদসমূহ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: জুনিয়ৰ এচিচটেন্ট

পদৰ সংখ্যা: ১১

দৰমহা: ১৪,০০০/-ৰ পৰা ৬০,৫০০/+ ৬২০০/-গ্ৰেড পে প্ৰতি মাহ

বয়স:১৮ ৰ পৰা ৩৮ বছৰ

শিক্ষাগত অৰ্হতা: স্নাতক আৰু ৬ মহীয়া কম্পিউটাৰত ডিপ্লোমা।

শেষ তাৰিখ: ০৬/০৩/২০২০

ঠিকনা: Deputy Commissioner,Karimganj, P.O& P.S. Dist- Karimganj, Assam, Pin-788710

সৱিশেষ জানিবলৈ:click here