চাকৰি

কামৰূপ জিলাত ক্ষেত্ৰ বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী অথবা স্থপতিৰ ডিপ্লমাধাৰী হব লাগিব। নতুবা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। নাইবা পৰিসংখ্যা, ভূগোল, পৰিৱেশ বিজ্ঞান নতুবা ভূ-তত্বক এটা বিষয়ৰূপে লৈ ডিগ্ৰী লোৱা হব লাগিব। তদুপৰি কম্পিউটাৰৰ প্ৰাৰম্ভিক জ্ঞান বিশেষকৈ (MS Word/ Excel/ PowerPoint/ Internet usage/ emails আদিৰ জ্ঞান থাকিব লাগিব।বি চি এ কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।

চাকৰিৰ ম্যাদঃ ১১ মাহ।

সাক্ষাতকাৰৰ তাৰিখঃ ১৮-০৮-২০২০।

বয়সৰ সীমাঃ নূন্যতম ২১ আৰু সৰ্বোচ্চ ৩৫ বছৰ।