এইডছ নিয়ন্ত্ৰণ সমাজত চিকিত্সা বিষয়া নিযুক্তি

অসম এইডছ নিয়ন্ত্ৰণ সমাজে চিকিত্সা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
এইডছ নিয়ন্ত্ৰণ সমাজত চিকিত্সা বিষয়া নিযুক্তি
Published on

খালী পদৰ সংখ্যাঃ ৫টা।

শিক্ষাগত অৰ্হতাঃ এম বি বি এছ।

বয়সৰ সীমাঃ ২০২০ৰ ১ এপ্ৰিলত ৬৫ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ ৫০ হেজাৰ টকা।

প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ। সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰ আৰু একপি পাছপৰ্ট আকাৰৰ ফটো আনিব লাগিব।

সাক্ষাতকাৰৰ স্থানঃ শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকৰ কাৰ্যালয় ।

সাক্ষাতকাৰৰ তাৰিখঃ ১৯-০৮-২০২০ আৰু ২১-০৮-২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com