চাকৰি

ডিজিটেল ইণ্ডিয়া নিগমত সঞ্চালক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২টা।

বয়সৰ সীমাঃ ৫০-ৰ পৰা ৫৮ বছৰ।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৯-২০২০।

ঠিকনাঃ Sr.GM (Admin./HR), NeGD, Digital India Corporation, Electronics Niketan 6, CGO Complex, Lodhi Road, New Delhi 110 003।

আবেদনৰ নিয়মঃ নিৰ্ধাৰিত প-পত্ৰ আৰু অন্যান্য সবিশেষ তথ্য www.digitalindia.gov.in বা www.meity.gov.in.-ত পাব।