চাকৰি

দিখৌ মুখ মহাবিদ্যালয় নিযুক্তি ২০২০

Sentinel Digital Desk

দিখৌ মুখ মহাবিদ্যালয় নিযুক্তি ২০২০

শিৱসাগৰৰ দিখৌ মুখ মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম- সহকাৰী অধ্যাপক

পদৰ সংখ্যা - ০২

পদৰ নাম - সহকাৰী অধ্যাপক ( অসমীয়া )

পদৰ সংখ্যা - ০১

বয়স - ৩৮

শিক্ষাগত অৰ্হতা-উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ'ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।

পদৰ নাম- সহকাৰী অধ্যাপক ( বুৰঞ্জী)

পদৰ সংখ্যা - ০১

বয়স - ৩৮

শিক্ষাগত অৰ্হতা-উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ'ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত Dikhowmukh College payable at UCO Bank, Dikhowmukh Branch (IFSC Code UCBA0001384) must reach the Principal, Dikhowmukh College ২৫/০৩/২০২০ ৰ আগত পঠিয়াব লাগিব।

সৱিশেষ জানিবলৈ: