আয়ুস সঞ্চালকালয়, অসমত নিযুক্তি ২০২০
আয়ুস সঞ্চালকালয়, অসমত আসাম গেজেটেত পাৰ্ট-IXৰ খালি পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
১/ অফিচ ছুপাৰভাইজিং এচিচটেন্ট
পদৰ সংখ্যা: ০১( UR)
দৰমহা: ১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকা + ৭৪০০/- টকা
শিক্ষাগত অৰ্হতা: স্নাতক, এবছৰীয়া কম্পিউটাৰ ত ডিপ্লোমা।
২/কম্পিউটাৰ অপেৰেটাৰ
পদৰ সংখ্যা: ০১ ( UR)
দৰমহা:১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকা + ৬২০০/- টকা
শিক্ষাগত অৰ্হতা: স্নাতক, ছমহীয়া কম্পিউটাৰ ত ডিপ্লোমা।
৩/টাইপিষ্ট/কম্পিউটাৰ অপেৰেটাৰ
পদৰ সংখ্যা: ০১ (OBC)
দৰমহা:১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকা + ৬২০০/- টকা
শিক্ষাগত অৰ্হতা: স্নাতক, ছমহীয়া কম্পিউটাৰ ত ডিপ্লোমা।
৪/ড্ৰাইভাৰ
পদৰ সংখ্যা: ০২ (UR-১,OBC- ১)
দৰমহা:১৪,০০০/- টকাৰ পৰা ৪৯,০০০/- টকা + ৫০০০/- টকা
শিক্ষাগত অৰ্হতা : HSLC, LMV Driving License
৫/ (অফিচ পিয়ন)/ গ্ৰেড- IV( চকীদাৰ / নাইট ৱাটচ্ মেন
পদৰ সংখ্যা: ০২ (UR-১,OBC- ১)
দৰমহা:১২,০০০/- টকাৰ পৰা ৩৭,০০০/- টকা + ৩৯০০/- টকা
শিক্ষাগত অৰ্হতা: অষ্টম শ্রেণি উৰ্ত্তীণ
বয়স: ১৮ ৰ পৰা ৩৮ বছৰ (০১-০১-২০২০) এচ চি,এচ চি প্ৰাৰ্থী সকলৰ বাবে বয়স ৰেহাই দিয়া হব।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৩ খন পাসপোর্ট ফটোৰ সৈতে নিজ ঠিকনা উল্লেখিত (25 cm ×11cm) এনভেলপত ১০ টকাৰ পোষ্টেল ষ্টাম্প ৰ সৈতে Director of AYUSH, Assam, Banphool Nagar path, Near Housefed, Dispur,Guwahati-781006 ঠিকনাত আবেদন সমূহ পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ: ১৫/০২/২০২০
অন্য খবৰৰ বাবে পঢ়ক : কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়,অসমত নিযুক্তি ২০২০