অসম চৰকাৰৰ সংগ্ৰহালয় সঞ্চালকালয়ত নিযুক্তি ২০২০
অসম ৰাজিক সংগ্ৰহালয় সঞ্চালকালয়ত নিম্নলিখিত গ্রেড-IV স্বীকৃত পদ সমূহৰ অনুমোদিত পদ সমূহৰ পূৰণৰ বাবে যোগ্য প্রার্থীৰ পৰা অসম গেজেট পাৰ্ট-IXত প্ৰকাশিত অনুসৰি ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম: গ্ৰেড-IV
পগৰ সংখ্যা: ৪[2- UR, 1-ST (P), 1-SC]
দৰমহা- PB ১২০০০-৩৭০০০, গ্ৰেড পে ৩৯০০
শিক্ষাগত অৰ্হতা: অষ্টম শ্রেণি / মেট্ৰিক উত্তীর্ণ।
বয়স- ১৮ বছৰ বয়সতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব(০১-০১-২০২০)(as per Govt. Notification No.ABP.6/2016/8, dated 18th April, 2018) এচ চি/এচ চি প্ৰাৰ্থী ৰ বাবে ০৫ বছৰ আৰু অ বি চি/ এম অ বি চি প্ৰাৰ্থীৰ বাবে ০৩ বছৰ পৰ্যন্ত ৰেহাই ।
* আবেদন কাৰী সকলে আবেদনত Employment Registration No লিখিব লাগিব।
* প্ৰাৰ্থী সকল শাৰীৰিক ভাৱে সক্ষম হব লাগিব।
* প্ৰাৰ্থী সকল ৰাজ্যিক ভাষা জনাটো প্ৰয়োজন।
* চৰকাৰী বিভাগত কৰ্মত প্ৰাৰ্থী সকলে যথাযথ মাধ্যমেৰে আবেদন জমা দিব লাগিব
নিৰ্বাচন প্ৰক্ৰিয়া- প্ৰাৰ্থী সকলে ৫০ নম্বৰ ৰ ৯০ মিনিটৰ লিখিত পৰীক্ষা দিব লাগিব।(No TA/DA will be borne for attending test.)
নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলে আৱেদন ৰ সৈতে প্ৰয়োজনীয় নথিপত্ৰসমূহৰ পৰীক্ষা কৰাব লাগিব।
*সাক্ষাৎকাৰ লোৱা নহয়।
*আবেদনৰ মাচুল লোৱা নহয়।
** আবেদনকাৰী সকলে নিম্ন লিখিত নথিপত্ৰ সমূহ জমা দিব লাগিব:
* নিজ স্বাক্ষৰিত বয়স প্ৰমান পত্ৰ, শিক্ষাৰ প্ৰমান পত্ৰ,জনজাতিয় প্ৰমান পত্ৰ, অভিজ্ঞতাৰ প্ৰমান পত্ৰ, নিয়োগ পঞ্জিয়ন কার্ড আবাসিক প্ৰমান পত্র(পি আৰ চি/ভোটাৰ ই ডি)আবেদনত নিজৰ ফোন নম্বৰ সমূহ উল্লেখ কৰিব লাগিব।
*নিজ স্বাক্ষৰিত তিনি খন পাছপৰ্ট ফটো
*নিজৰ ঠিকনা উল্লেখিত এনভলপ (22 cm x 10 cm) ৫ টকাৰ পোষ্টেলষ্টাম্প ।
* প্ৰাৰ্থী সকলে আবেদনৰ এনভলপৰ ওপৰত পদৰ নাম উল্লেখ কৰিব লাগিব।
আবেদনসমূহ Directorate of Museums, Assam, Ambari, Guwahati – 781001 ঠিকনাত পঠিয়াব লাগিব।
আবেদনৰ শেষ তাৰিখ- ২০-০২-২০২০
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : ডেভ (DEV) ইন্জিনিয়াৰিং নিযুক্তি ২০২০