চাকৰি

পৰিসংখ্যা সহকাৰী নিযুক্তিৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ আবেদন আহ্বান

অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে পৰিসংখ্যা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১৪টা ৷

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা ৷

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩/০৬/২০২০ ৷

নিযুক্তিৰ স্থানঃ গুৱাহাটী ৷

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ২০২০ৰ এক জানুৱাৰীত ১৮ বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালিগিব। অৱশ্যে চৰকাৰী নিয়ম অনুসৰি সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই পাব।

লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ ভিত্তিত প্ৰাৰ্থী নিযুক্তি দিয়া হ'ব ৷

সবিশেষ জানিবলৈ (www.madhyamik.assam.gov.in চাওক।