চাকৰি

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ কাৰ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital Desk

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ কাৰ্যালয়ত নিযুক্তি ২০২০

জিলা আৰু সত্ৰ ন্যায়াধীশ, শোণিতপুৰ কাৰ্যালয়ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা খালি পদ পূৰণৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: চীফ এডমিনিস্ট্রেটিভ অফিচাৰ (ছিৰষ্টাদাৰ)

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: স্নাতক

অভিজ্ঞতা: ৫বছৰীয়া ছিৰষ্টাদাৰৰ অভিজ্ঞতা

দৰমহা: ৩০,০০০-১,১০০০/- প্ৰতি মাহ

প্ৰাৰ্থী সকলে আবেদনসমূহ District and Sessions Judge, Sonitpur, Tezpur” ৰ ঠিকনাত ১৭ মাৰ্চ ২০২০ ৰ আগতীয়াকৈ পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১৭/০৩/২০২০

সবিশেষ জানিবলৈ: Click Here