Begin typing your search above and press return to search.

উপায়ুক্তৰ কাৰ্য্যালয় কামৰূপ, আমিনগাওঁত নিযুক্তি ২০২০

উপায়ুক্তৰ কাৰ্য্যালয় কামৰূপ, আমিনগাওঁত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Feb 2020 1:43 PM GMT

উপায়ুক্তৰ কাৰ্য্যালয় কামৰূপ, আমিনগাওঁত নিযুক্তি ২০২০

উপায়ুক্তৰ কাৰ্য্যালয় কামৰূপ, আমিনগাওঁত খালী পদসমূহ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম: পি এফ চি অপাৰেটৰ

পদৰ সংখ্যা:০২

দৰমহা : ৬০০০/- টকা প্ৰতি মাহ

শিক্ষাগত অৰ্হতা: স্নাতক, কম্পিউটাৰ ৬মহীয়া ডিপ্লোমা

বয়স: ১৮ ৰ পৰা ৩৮ বছৰ

ঠিকনা: উপায়ুক্ত কাৰ্য্যালয়

আবেদনৰ শেষ তাৰিখ: ০৪/০৩/২০২০

সময়: ৰাতিপুৱা ১০ বজা

সৱিশেষ জানিবলৈ: Click here

অন্য খবৰৰ বাবে পঢ়ক: ধেমাজিৰ জিলা আইন সেৱা প্ৰাধিকৰণত নিযুক্তি ২০২০

Next Story
চাকৰি