খালী পদৰ সংখ্যাঃ ৭টা।
দৰমহাঃ মাহিলী ৮৬,০০০টকা।
বয়সৰ সীমাঃ ৪০ বছৰ।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১0-০৮-২০২০।
আবেদনৰ নিয়মঃ শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰৰ কপি bbci_info@yahoo.co.inলৈ প্ৰেৰণ কৰিব লাগিব।
সবিশেষ জানিবলৈ http://www.bbcionline.org/advertisement.php চাওক।
আৰু পঢ়িব পাৰেঃ এছ এছ বিত উপ-পৰিদৰ্শক নিযুক্তি