এছ এছ বিত উপ-পৰিদৰ্শক নিযুক্তি

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনৰ সশস্ত্ৰ সীমা বল(এছ এছ বি)-এ উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
এছ এছ বিত উপ-পৰিদৰ্শক নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ৭টা।

দৰমহাঃ মাহিলী ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০টকা।

বয়সৰ সীমাঃ ডেপুটেচনত নিযুক্তিৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ শেষ তাৰিখত প্ৰাৰ্থীৰ বয়স ৫২বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৮-২০২০।

আবেদনঃ অনলাইন আবেদন গ্ৰহণ কৰা হব। আবেদনৰ সৈতে শি৭াগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি আৰু শেহতীয়াকৈ তোলা পাছপৰ্ট আকাৰৰ ফটো জমা দিব লাগিব।

সবিশেষ জানিবলৈ https://ssb.nic.in/ চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com