চাকৰি

ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত নাৰ্ছ নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১০টা।

দৰমহাঃ মাহিলী ১০ হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

সাক্ষাতকাৰৰ তাৰিখঃ ২৮-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ।

টোকাঃ সাক্ষাতকাৰত অৱতীৰ্ণ হোৱাৰ বাবে কোনো ধৰণৰ টি এ-ডি এ দিয়া নহ'ব।