ড° ভূবেনেশ্বৰ বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানত নিযুক্তি -
ড°বি বৰুৱা চিকিৎসা প্ৰতিষ্ঠানে অধ্যাপক ,অধ্যক্ষ সহ অধ্যাপক , সহযোগি অধ্যাপক পদৰ বাবে নিযুক্তিৰ পথ মুকলি কৰিছে । বিজ্ঞান শাষাত স্নাতকোত্তৰ যোগ্য প্ৰাৰ্থীসকলে পাৰমানৱিক শক্তি বিভাগত আবেদন কৰিব পাৰিব । তলত গুৰুত্বপূৰ্ণ তথ্য সমুহ উল্লেখ কৰা হ'ল -
পদৰ নাম - অধ্যক্ষ, সহ অধ্যাপক
অভিজ্ঞতা - ১৫ বছৰ M.Sc(n)ৰ অভিজ্ঞতা থাকিব লাগিব আৰু ১২ বছৰ শিক্ষকতাৰ অভিজ্ঞতা আৰু ৫ বছৰ বিজ্ঞান সম্বন্ধীয় কায্যসূচীত অংশগ্ৰহন কৰাৰ অভিজ্ঞতা থাকিব লাগিব ।
দৰমহা - ১০০০০ প্ৰতি মাহে
খালী পদ - ১
পদৰ নাম - অধ্যাপক
অভিজ্ঞতা - ১০ বছৰ MSc(N)ৰ অভিজ্ঞতা থকাৰ লগতে ৭বছৰ শিক্ষকতাৰ অভিজ্ঞতা থকাটো প্ৰয়োজন ।
দৰমহা - ৮০০০০
খালী পদ - ১
পদৰ নাম - সহযোগি অধ্যাপক
অভিজ্ঞতা - M.Sc (N) ৰ ৮ বছৰ অভিজ্ঞতাৰ লগতে ৫ বছৰ শিক্ষকতাৰ অভিজ্ঞতা থাকিব লাগিব ।
দৰমহা - ৬০০০০
খালী পদ - ১
নিৰ্বাচন প্ৰক্ৰিয়া - সাক্ষাৎকাৰৰ ভিত্তিত
আবেদনকাৰী সকলে নিদ্ধাৰিত ফৰমেতত আবেদন পত্ৰ সমুহ ড°বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠান , গোপীনাথ নগৰ ,এ.কে আজাদ ৰোড ,গুৱাহাটী - ৭৮১০১৬; ২০২০ চনৰ ২৭ জানুৱাৰীলৈকে আবেদন পত্ৰ সমুহ জমা দিব লাগিব ।
অন্তিম তাৰিখ - ২৭ জানুৱাৰী ২০২০
অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here
অন্য খবৰৰ বাবে পঢ়ক : অসম লোকসেৱা আয়োগত নিযুক্তি :-