খালী পদৰ সংখ্যাঃ ১টা।
বয়সৰ সীমাঃ ০১-০৭-২০২০-ত ৪০ বছৰতকৈ অদিক হব নালাগিব। অৱশ্যে এছ চি-এছ টি, শাৰীৰিকভাবে অক্ষম আৰু মহিলা প্ৰাৰ্থীয়ে পাঁচ বছৰ বয়স ৰেহাই পাব।
নিযুক্তিৰ স্থানঃ নয়ডা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৮-২০২০।
দৰমহাঃ মাহিলী ১ লাখ টকা।
আবেদনৰ নিয়মঃ আবেদন http://www.edcilindia.co.in/TCareersচাওক।
আৰু চাব পাৰেঃ হিন্দুস্তান প্ৰিফেব লিমিটেডত পদখালী