পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ নাম : অভিযান্ত্ৰিক সেৱাৰ পৰীক্ষণ
খালী পদৰ সংখ্যা : ২৪৭
বয়স : ২১ - ৩০বছৰ
দৰমহা : নিয়মাৱলী অনুসৰি
পদৰ অৱস্থান : সমগ্ৰ ভাৰততে
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১২/১০/২০২১
আবেদনৰ মাছুল : মহিলা/ অনুসূচিত জাতি/ অনুসূচিত জনজাতি/ PwBD প্ৰাৰ্থী : নিল
বাকী সকলো প্ৰাৰ্থী : ২০০টকা
বেতনৰ ধৰণ : অনলাইন
শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা অনুষ্ঠানৰ পৰা ডিপ্লোমা, B.E./ B. Tech, স্নাতক ডিগ্ৰী, স্নাতকোত্তৰ, M. Sc ডিগ্ৰীধাৰী হ'ব লাগিব।
আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন ৱেবচাইটৰ জৰিয়তে নিজৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব।
ৱেবছাইট : upsc.gov.in
আৰু পঢ়িব পাৰেঃ ভাৰতীয় কাৰিকৰী অনুষ্ঠান( IIT ) গুৱাহাটীত, পদখালী