চাকৰি

ইউনিয়ম পাব্লিক চাৰ্ভিচ কমিশ্যনত (UPSC), পদখালী

Sentinel Digital Desk

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : অভিযান্ত্ৰিক সেৱাৰ পৰীক্ষণ

খালী পদৰ সংখ্যা : ২৪৭

বয়স : ২১ - ৩০বছৰ

দৰমহা : নিয়মাৱলী অনুসৰি

পদৰ অৱস্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১২/১০/২০২১

আবেদনৰ মাছুল : মহিলা/ অনুসূচিত জাতি/ অনুসূচিত জনজাতি/ PwBD প্ৰাৰ্থী : নিল

বাকী সকলো প্ৰাৰ্থী : ২০০টকা

বেতনৰ ধৰণ : অনলাইন

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা অনুষ্ঠানৰ পৰা ডিপ্লোমা, B.E./ B. Tech, স্নাতক ডিগ্ৰী, স্নাতকোত্তৰ, M. Sc ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে অনলাইন ৱেবচাইটৰ জৰিয়তে নিজৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব।

ৱেবছাইট : upsc.gov.in