Begin typing your search above and press return to search.

ভাৰতীয় কাৰিকৰী অনুষ্ঠান( IIT ) গুৱাহাটীত, পদখালী

ভাৰতীয় কাৰিকৰী অনুষ্ঠান গুৱাহাটীত, পঞ্জিয়কৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

ভাৰতীয় কাৰিকৰী অনুষ্ঠান( IIT ) গুৱাহাটীত, পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2021 7:32 AM GMT

ভাৰতীয় কাৰিকৰী অনুষ্ঠান গুৱাহাটীত, পঞ্জিয়কৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : পঞ্জীয়ক

খালী পদৰ সংখ্যা : ০১টা

বয়স : ৫০ - ৬২বছৰ

দৰমহা : ১,৪৪,২০০ - ২,১৮,২০০টকা, মাহিলী

অৱস্থান : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ০২/১১/২০২১

আবেদনৰ মাছুল : UR/OBC প্ৰাৰ্থী : ৫০০টকা

SC/ST/PWD প্ৰাৰ্থী : ২৫০টকা

মহিলা প্ৰাৰ্থী : নিল

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাটো বাধ্যতামূলক।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে নিজৰ আবেদন পত্ৰ তলত উল্লেখিত ঠিকনা লৈ অন্তিম তাৰিখ ২ নবেম্বৰ ২০২১ৰ আগত প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : সঞ্চালক, ভাৰতীয় কাৰিকৰী অনুষ্ঠান গুৱাহাটী, গুৱাহাটী, পিন - ৭৮১০৩৯, অসম।

আৰু পঢ়িব পাৰেঃ চৰাইদেউৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত পদখালী

Next Story
চাকৰি