চাকৰি

ই এছ আই চি মেডিকেল কলেজত অধ্যাপক নিযুক্তি

Sentinel Digital Desk

পদসমূহঃ অধ্যাপক( অধ্যাপক, সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপক)

খালী পদৰ সংখ্যাঃ ৩৯ টা।

নিযুক্তিৰ স্থানঃ হায়দৰাবাদ,

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৮-২০২০ৰ সন্ধিয়া ৬ বজাৰ পূৰ্বে।

দৰমহাঃ ১,৭৭,০০০টকাৰ পৰা ১,০১,০০০টকা।

আবেদন কেনেদৰে জনাব পাৰিবঃ http://esiccentralapp.com ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ http://esiccentralapp.com চাওক।