Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় ৰসায়ন-সাৰ লিমিটেড (RCFL) ত পদখালী
ৰাষ্ট্ৰীয় ৰসায়ন আৰু সাৰ লিমিটেডে মেনেজমেণ্ট ট্ৰেইনী(কেমিকেল) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ৬০টা।
বয়সৰ সীমাঃ সৰ্বোচ্চ ২৫ বছৰ।
নিযুক্তিৰ স্থানঃ মুম্বাই।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৬-০৮-২০২০।
আবেদনৰ নিয়মঃ অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে অহা ১৬ আগষ্টলৈকে আবেদন জনাব পাৰিব।
সবিশেষ জানিবলৈ https://www.rcfltd.com/hrrecruitment/recruitment-1 চাওক।
আৰু চাব পাৰেঃ অতিথি অধ্যাপক নিযুক্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান
Next Story