চাকৰি
অতিথি অধ্যাপক নিযুক্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান
তেজপুৰ বিশ্ববিদ্যালয়ে অতিথি অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
খালী পদৰ সংখ্যাঃ ৭টা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-০৮-২০২০।
প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাতকাৰ।
সাক্ষাতকাৰৰ তাৰিখঃ ১২-০৮-২০২০।
সবিশেষ জানিবলৈ http://www.tezu.ernet.in/other/jobs.htm চাওক।
আৰু চাব পাৰেঃ অসম ঔদ্যোগিক উন্নয়ন নিগমত প্ৰৱন্ধক নিযুক্তি

