Begin typing your search above and press return to search.

অসম ঔদ্যোগিক উন্নয়ন নিগমত প্ৰৱন্ধক নিযুক্তি

অসম ঔদ্যোগিক উন্নয়ন নিগম(এ আই ডি চি)-এ প্ৰৱন্ধক( State Lead Project Manager) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম ঔদ্যোগিক উন্নয়ন নিগমত প্ৰৱন্ধক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 July 2020 11:32 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১,৭৫,০০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

ঠিকনাঃ Assam Industrial Development Corporation Limited, R. G. Baruah Road, Guwahati-781024.

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰৰ ভিত্তিত। নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে আবেদন আৰু শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰমাণপত্ৰ ৩১ জুলাইৰ নিশা ৭ বজাৰ পূৰ্বে aidcpmfme@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ https://www.aidcltd.com/pdf/1595585722PMU_PMFME_advertisment.pdf চাওক।

আৰু পঢ়িব পাৰেঃ বেংক অৱ বৰোডাত মেডিকেল কনছালটেণ্ট নিযুক্তি

Next Story
চাকৰি