চাকৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ত জুনিয়ৰ গ্ৰেড ট্ৰানচলেটৰ পদত নিযুক্তি ২০২০

Sentinel Digital Desk

গুৱাহাটী উচ্চ ন্যায়ালয়ত জুনিয়ৰ গ্ৰেড ট্ৰানচলেটৰ পদত নিযুক্তি ২০২০

গুৱাহাটী উচ্চ ন্যায়ালয়ত জুনিয়ৰ গ্ৰেড ট্ৰানচলেটৰৰ খালী পদপূৰণৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : জুনিয়ৰ গ্ৰেড ট্ৰানচলেটৰ

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: ৰাজ্যিক ভাষাত স্নাতকোত্তৰ, কম্পিউটাৰৰ জ্ঞান।

দৰমহা: ১৪,০০০- ৬০,৫০০/- প্ৰতি মাহ, গ্ৰেড পে ৮০০০/- টকা

বয়স সীমা: ১৮-৩৮ বছৰ(সাধাৰণ) ১৮- ৪১ বছৰ ( অ বি চি /এম অ বি চি) ১৮-৪৩ বছৰ (এছ ছি/ এছ টি), ৪৮ বছৰ( পি ডাব্লিউ ডি)

আবেদনৰ মাচুল : এচ.চি/ এচ. টি -১৫০/-, পি ডাব্লিউ ডি -Nil অন্য- ৩০০/-

নিৰ্বাচন প্ৰক্ৰিয়া: লিখিত পৰীক্ষা, সাক্ষাৎকাৰ

আবেদনৰ তাৰিখ – ১৮/০৩/২০২০,

২১/০৩/২০২০ তাৰিখলৈকে আবেদনৰ মাচুলসমূহ জমা দিব লাগিব।

কেনেদৰে আবেদন কৰিব: আবেদনকাৰী সকলে www.ghconline.gov.in ৱেবচাইটত অনলাইনযোগে আবেদনকাৰ কৰিব লাগিব।

সৱিশেষ জানিবলৈ: Click here