গুৱাহাটী বিশ্ববিদ্যালয় নিযুক্তি ২০২০
গুৱাহাটী বিশ্ববিদ্যালয় কতৃপক্ষই অধ্যাপক/ সহকাৰী অধ্যাপক/ সহযোগী অধ্যাপকৰ বিভিন্নটা বিভাগৰ ৩৩ টা পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম- অধ্যাপক
পদৰ সংখ্যা – ৮
দৰমহা – ১,৪৪,২০০ ৰ পৰা ২,১৩,২০০
অৰ্হতা – ইউ জি চিৰ নিয়ম অনুসৰি।
পদৰ নাম – সহযোগী অধ্যাপক
পদৰ সংখ্যা- ১৫
দৰমহা – ১,৩১,৪০০ ৰ পৰা ২,১৭,১০০ প্ৰতি মাহে
অৰ্হতা – ইউ জি চিৰ নিয়ম অনুসৰি।
পদৰ নাম -সহকাৰী অধ্যাপক
পদৰ সংখ্যা – ১০
দৰমহা – ৫৭,৭০০ ৰ পৰা ১,৮২,৪০০
অৰ্হতা – ইউ জি চিৰ নিয়ম অনুসৰি।
আবেদনৰ মাছুল – প্ৰাৰ্থী সকলে ১০০০ টকাৰ সহায়ত আবেদন কৰিব লাগিব। এছ চি, এছ টিৰ বাবে ইয়াৰ মূল্য ৫০০ টকা । এয়া মাছুল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এছ বি আই শাখাত জমা দিব লাগিব।
কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থী সকলে আবেদন খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত ৰ পৰা ডাউনলোড কৰিব লাগিব। আৱশ্যকীয় নথি পত্ৰৰ সৈতে পঠিয়াব লাগিব।
অন্তিম তাৰিখ- ২০/০৩/২০২০
অধিক জানিবৰ বাবে: Click Here
অন্য খবৰৰ বাবে পঢ়ক: ৰেল ইণ্ডিয়াৰ কাৰিকৰী আৰু আৰ্থিক সেৱাত নিযুক্তি (RITES) ২০২০