চাকৰি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাগিচা বিষয়া নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৮-২০২০।

আবেদনৰ মাচুলঃ ১০০০টকা। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৩৮বছৰতকৈ অধিক হব নালাগিব।

ঠিকনাঃThe Registrar, Gauhati University, Guwahati-14।

আবেদনৰ নিয়মঃ : www.gauhati.ac.in ৱেবছাইটত উপলব্ধ নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে কৰিব পাৰিব। আনধৰণে কৰা আবেদন গ্ৰহণ কৰা নহব।

সবিশেষ জানিবলৈ : www.gauhati.ac.in চাওক।