Begin typing your search above and press return to search.

পাৱাৰগ্ৰীডত সহকাৰী প্ৰশিক্ষাৰ্থী বিষয়াৰ পদ খালী

পাৱাৰগ্ৰীডে সহকাৰী প্ৰশিক্ষাৰ্থী বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পাৱাৰগ্ৰীডত সহকাৰী প্ৰশিক্ষাৰ্থী বিষয়াৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-23T17:16:32+05:30

খালী পদৰ সংখ্যাঃ ২টা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

বয়সৰ সীমাঃ ০৬-০৮-২০২০ত সৰ্বোচ্চ ২৮ বছৰ। প্ৰাৰ্থীৰ জন্ম ০৭-০৮-১৯৯২ বা তাৰ পাছত হব লাগিব।

আবেদনৰ মাচুলঃ ৫০০ টকা। অৱশ্যে এছ চি, এছ টি, শাৰিৰীকভাবে অক্ষম আৰু প্ৰাক্তন সৈনিক আৰু বিভাগীয় প্ৰাৰ্থীয়ে আবেদনৰ মাচুল দিব নালাগে।

আবেদনঃ পাৱাৰগ্ৰীডৰ ৱেবছাইট www.powergridindia.comত পঞ্জীয়ন কৰাব লাগিব। আবেদনৰ মাচুল জমা দিয়াৰ শেষ তাৰিখ ০৬-০৭-২০২০।

সবিশেষ জানিবলৈ www.powergridindia.com চাওক।

আৰু পঢ়িব পাৰেঃ ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগমত অভিযন্তা নিযুক্তি

Next Story