Begin typing your search above and press return to search.
ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগমত অভিযন্তা নিযুক্তি
ৰাষ্ট্ৰীয় তাপবিদ্যুত নিগম( এন টি পি চি)-এ অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২৫০টা।
দৰমহাঃ মাহিলী ৫০ হেজাৰ টকাৰ পৰা ১ লাখ ৬০ হেজাৰ টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।
নিযুক্তিৰ স্থানঃ সমগ্ৰ দেশত।
প্ৰাৰ্থী বাছনিঃ কেৱল নূন্যতম অৰ্হতা থাকিলেই প্ৰাৰ্থীক বাছনি পৰীক্ষা বা সাক্ষাতকাৰলৈ আমন্ত্ৰণ জনোৱা নহয়। এন টি পি চিৰ কোনো আবেদন খাৰিজ বা গ্ৰহণৰ অধিকাৰ আছে।
আবেদনৰ মাচুলঃ সাধাৰণ শ্ৰেণী, অ বি চি আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৩০০টকাৰ মাচুল আদায় দিব লাগিব।অৱশ্যে এছ চি, এছ টি, শাৰিৰীকবাবে অক্ষম আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীয়ে আবেদনৰ মাচুল দিব নালাগে।
অনলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ৩১-০৭-২০২০।
সবিশেষ জানিবলৈ http://open.ntpccareers.net/2020_ShiftEngrRec/index.ph চাওক।
আৰু চাব পাৰেঃ আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰৰ গৱেষণা সহকাৰী নিযুক্তি
Next Story