Top
Begin typing your search above and press return to search.

আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰৰ গৱেষণা সহকাৰী নিযুক্তি

উত্তৰ-পূব আঞ্চলিক গৱেষণা কেন্দ্ৰই গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰৰ গৱেষণা সহকাৰী নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2020 10:12 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকা।

বয়সৰ সীমাঃ ৩০ বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ ডিব্ৰুগড়।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৭-২০২০।

সাক্ষাতকাৰঃ অনলাইন সাক্ষাতকাৰ অনুষ্ঠিত কৰা হ'ব। অৱশ্যে এজনতকৈ অধিক যোগ্য প্ৰাৰ্থী ওলালে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব।

সবিশেষ জানিবলৈ https://rmrcne.org.in/images/pdf/appoint/Advt-HDSS.pdfচাওক।

আৰু চাব পাৰেঃ উত্তৰ লখিমপুৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি

Next Story