Begin typing your search above and press return to search.
আঞ্চলিক মেডিকেল গৱেষণা কেন্দ্ৰৰ গৱেষণা সহকাৰী নিযুক্তি
উত্তৰ-পূব আঞ্চলিক গৱেষণা কেন্দ্ৰই গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ৩০হেজাৰ টকা।
বয়সৰ সীমাঃ ৩০ বছৰতকৈ অধিক হব নালাগিব।
নিযুক্তিৰ স্থানঃ ডিব্ৰুগড়।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৭-২০২০।
সাক্ষাতকাৰঃ অনলাইন সাক্ষাতকাৰ অনুষ্ঠিত কৰা হ'ব। অৱশ্যে এজনতকৈ অধিক যোগ্য প্ৰাৰ্থী ওলালে লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব।
সবিশেষ জানিবলৈ https://rmrcne.org.in/images/pdf/appoint/Advt-HDSS.pdfচাওক।
আৰু চাব পাৰেঃ উত্তৰ লখিমপুৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি
Next Story