Begin typing your search above and press return to search.

উত্তৰ লখিমপুৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি

উত্তৰ লখিমপুৰ কলেজে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

উত্তৰ লখিমপুৰ কলেজত সহকাৰী অধ্যাপক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2020 1:23 PM GMT

পদঃ পদটো ইলেকট্ৰনিকছৰ সহকাৰী অধ্যাপক। পদটো অ-সংৰক্ষিত। ৰোষ্টাৰ পইণ্টঃ ৫৯।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ০১-০১-২০২০ত ৩৮ বছৰতকৈ অধিক হব নালাগিব। অৱশ্যে এছ চি, এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ আৰু অ' বি চি তথা এম অ' বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব।

প্ৰাৰ্থীৰ অৰ্হতা আৰু বাছনিঃ . AHE.407/2017/44, তাৰিখ 08.11.2018.আৰু চৰকাৰী জাননী নম্বৰ No.AHE.28/2020/4, তাৰিখ 04.02.2020 অনুসৰি।

প্ৰ্ৰৰ্থীয়ে স্থানীয় ভাষা জানিব লাগিব আৰু ইতিমধ্যে নিযুক্ত প্ৰাৰ্থীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা আপত্তিবিহীন প্ৰমাণপত্ৰ (এন অ' চি) উলিয়াই দাখিল কৰিব লাগিব।

আবেদন জনাবলৈ www.nlc.ac.in চাওক।

আবেদনৰ সৈতে দুহেজাৰ টকাৰ বেংক ড্ৰাফট জমা দিব লাগিব। এই ধন অ-প্ৰত্যৰ্পিত। বেংক ড্ৰাফট Principal, North Lakhimpur College payable at SBI, N.L Branch. The applications must reach the Principal, North Lakhimpur College এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৭-২০২০।

সবিশেষ জানিবলৈ www.nlc.ac.in চাওক।

আৰু পঢ়িব পাৰেঃ সহকাৰী ডায়েটিচিয়ান নিযুক্তিৰ বাবে টাটা মেম'ৰিয়েলৰ আবেদন আহ্বান

Next Story
চাকৰি