Begin typing your search above and press return to search.

সহকাৰী ডায়েটিচিয়ান নিযুক্তিৰ বাবে টাটা মেম'ৰিয়েলৰ আবেদন আহ্বান

টাটা মেম’ৰিয়েল কেন্দ্ৰই গুৱাহাটীত সহকাৰী ডায়েটিচিয়ান নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

সহকাৰী ডায়েটিচিয়ান নিযুক্তিৰ বাবে টাটা মেমৰিয়েলৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2020 12:46 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

দৰমহাঃ মাহিলী ৩৪,৪০০ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৭-২০২০।

বয়সৰ সীমাঃ ২৪-০৭-২০২০চ সৰ্বোচ্চ ৩০ বছৰ।

আবেদনৰ মাচুলঃ ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ৩০০ টকাৰ আবেদন মাচুল দিব লাগিব। অৱশ্যে এচ চি, এছ টি, মহিলা প্ৰাৰ্থী আৰু প্ৰাক্তন সৈনিক প্ৰাৰ্থীয়ে আবেদনৰ মাচুল আদায় দিব নালাগে। কোনো কাৰণতে এবাৰ পৰিশোধ কৰা আবেদনৰ মাচুল ঘূৰাই দিয়া নহয়।

ঠিকনাঃ Dr.Bhubaneswar Borooah Cancer Institute, Gopinath Nagar, Guwahati, Assam-781016 ।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা বা সাক্ষাতকাৰলৈ এজন প্ৰাৰ্থীক আমন্ত্ৰণ জনোৱা বা নজনোৱাৰ অধিকাৰ টাটা মেমোৰিয়েল কেন্দ্ৰৰ আছে।

সবিশেষ জানিবলৈ https://tmc.gov.in/m_events/Events/JobDetail?jobId=6932 চাওক।

আৰু পঢ়িব পাৰেঃ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, তেজপুৰত অধ্যাপক নিযুক্তি়

Next Story
চাকৰি