Begin typing your search above and press return to search.
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, তেজপুৰত অধ্যাপক নিযুক্তি়
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, তেজপুৰত অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ ১,৫৯,১০০ টকাৰ পৰা ২,২০,২০০টকা।
নিযুক্তিৰ স্থানঃ তেজপুৰ।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ প্ৰয়োজনীয়তা অনুসৰি এই প্ৰতিষ্ঠানে প্ৰাৰ্থী বাছনি কৰিব। আবেদনপত্ৰ পৰীক্ষা আৰু প্ৰাৰ্থীক আলোচনা চক্ৰলৈ আমন্ত্ৰণ জনোৱাৰ অধিকাৰ এই প্ৰতিষ্ঠানৰ আছে। সেয়েহে নূন্যতম অৰ্হতা পূৰণ কৰিলেই প্ৰাৰ্থীক সাক্ষাতকাৰলৈ আমন্ত্ৰণ জনোৱা নহ'ব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০। সবিশেষ জানিবলৈ https://web.isical.ac.in/sites/default/files/jobs/Advertisement for ISINE.pdf চাওক।
আৰু চাব পাৰেঃ যোৰহাটত অ' এন জি চিৰ চিকিত্সা বিষয়া নিযুক্তি
Next Story