Begin typing your search above and press return to search.

যোৰহাটত অ' এন জি চিৰ চিকিত্সা বিষয়া নিযুক্তি

অ’ এন জি চিয়ে চিকিত্সা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

যোৰহাটত অ এন জি চিৰ চিকিত্সা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 July 2020 10:04 AM GMT

খালী পদৰ সংখ্যাঃ ৪টা।

দৰমহাঃ মাহিলী ৭২ হেজাৰৰ পৰা ৭৫হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ যোৰহাট।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৮-২০২০।

ঠিকনাঃ Oil and Natural Gas Corporation Limited, Jorhat.

আবেদনৰ নিয়মঃ website www.ongcindia.com চাই কৰিব পাৰিব। আবেদন অহা ৭ ছেপ্টেম্বৰলৈ জনাব পাৰিব। আবেদনৰ সৈতে প্ৰাৰ্থীয়ে শিক্ষাগত অৰ্হতা যেনে মেট্ৰিক, উচ্চতৰ মাধ্যমিক, এম বি বি এছৰ প্ৰমাণপত্ৰ, এম ডি বা এম এছ (যদি প্ৰয়োজন হয়)ৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি জমা দিব লাগিব। লগতে পৰিচয়পত্ৰ, ভাৰতীয় বা ৰাজ্যিক চিকিত্সা পৰিষদ, ঠিকনাৰ প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ আদিৰ প্ৰতিলিপি জমা দিব লাগিব। আবেদন hrjorhat@ongc.co.in এই ঠিকনালৈ ০৭-০৮-২০২০ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ https://www.ongcindia.com/wps/wcm/connect/en/career/recruitment-notice/recruitment-doctors-jorhatচাওক।

আৰু চাব পাৰেঃ সহকাৰী সঞ্চালক নিযুক্তিৰ বাবে এ পি এছ চিৰ আবেদন আহ্বান

Next Story
চাকৰি