খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৮-২০২০।
আবেদনৰ মাচুলঃ ১০০০টকা।
অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৩৮বছৰতকৈ অধিক হব নালাগিব।
ঠিকনাঃThe Registrar, Gauhati University, Guwahati-14।
আবেদনৰ নিয়মঃ : www.gauhati.ac.in ৱেবছাইটত উপলব্ধ নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে কৰিব পাৰিব। আনধৰণে কৰা আবেদন গ্ৰহণ কৰা নহব।
সবিশেষ জানিবলৈ : www.gauhati.ac.in চাওক।