গৱেষণা সহযোগী নিযুক্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

তেজপুৰ বিশ্ববিদ্যালয়ে গৱেষণা সহযোগী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
গৱেষণা সহযোগী নিযুক্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৪৭ হেজাৰ টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত সৰ্বোচ্চ ৪০ বছৰ।

নিযুক্তিৰ স্থানঃ শোণিতপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৪-০৮-২০২০।

ঠিকনাঃ : Department of Energy, Tezpur University; Napaam, Sonitpur, Assam -784028, INDIA

প্ৰাৰ্থী বাছনিঃ চূড়ান্ত তালিকাভুক্ত প্ৰাৰ্থীক সাক্ষাতকাৰলৈ মতা হ'ব। সাক্ষাতকাৰৰ দিন পাছত ঠাৱৰ কৰা হ'ব।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে CV আৰু cover letter imprintenergy@gmail.com লৈ প্ৰেৰণ কৰিব পাৰে।

সবিশেষ জানিবলৈ http://www.tezu.ernet.in/ProjectWalkin/Advt-DoRD-Energy-DCB-20-457-1306-A.pdfচাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com