Begin typing your search above and press return to search.

অসম লোকসেৱা আয়োগৰ কনিষ্ঠ অভিযন্তা নিযুক্তি

অসম লোকসেৱা আয়োগ( এ পি এছ চি)-এ কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম লোকসেৱা আয়োগৰ কনিষ্ঠ অভিযন্তা নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-28T15:14:26+05:30

খালী পদৰ সংখ্যাঃ ১২টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২১ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৮-২০২০।

আবেদন মাচুলঃ সাধাৰণ শ্ৰেণী আৰু আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত ২৫০টকা। এছ চি-এছ টি, অ বি চি-এম অ বি চিৰ ক্ষেত্ৰত ১৫০টকা। বি পি এল প্ৰাৰ্থীয়ে মাচুল দিব নালাগে। বি পি এলৰ প্ৰমাণপত্ৰৰ কপি আবেদন পত্ৰৰ সৈতে দিব লাগিব।

ঠিকনাঃ : Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati – 781022

আবেদনৰ নিয়মঃ এ পি এছ চিৰ ৱেবছাইট www.apsc.nic.in-ৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব।

সবিশেষ জানিবলৈ http://www.apsc.nic.in/advt_2020.asp#advertisement চাওক।

আৰু চাব পাৰেঃ .সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

Next Story