Begin typing your search above and press return to search.

সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

অসম সচিবালয়ে কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

সচিবালয়ত কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2020 9:43 AM GMT

খালী পদৰ সংখ্যাঃ ১৭০টা। ইয়াৰে ৫৭ টা অ-সংৰক্ষিত হোৱাৰ বিপৰীতে ১৪টা অনুসূচিত জনজাতি( ভৈয়াম), ১২ টা অনুসূচিত জনজাতি(পাহাৰীয়া), এছ চি ১৪টা, ৪০টা অ বি চি-এম অ বি চি, আৰু ১৯ টা আৰ্থিকভাবে পিছ পৰা শ্ৰেণীৰ বাবে সংৰক্ষিত।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯ হেজাৰ টকাৰ লগতে ৮,৭০০টকাৰ গ্ৰেড পে'।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৩৮ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব। এছ চি-এছ টিয়ে ৩ বছৰ বয়স ৰেহাই পাব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।

ঠিকনাঃ Secretariat, Block 'A', Ground Floor Dispur, Guwahati, Assam-781006

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা ।

সবিশেষ জানিবলৈঃhttps://sad.assam.gov.in/sites/default/files/swf_utility_folder/departments/sad_webcomindia_org_oid_2/menu/document/advertisement_jraa_24-07-2020-1.pdf চাওক।

আৰু চাব পাৰেঃঅসমৰ পৰিবহন বিভাগত কনিষ্ঠ সহায়কৰ পদখালী

Next Story
চাকৰি