চাকৰি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত অধ্যাপকৰ পদখালী

গুৱাহাটী বিশ্ববিদ্যালয়ে বিভিন্ন বিভাগৰ অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৩০টা।

দৰমহাঃ মাহিলী ৫৭,৭০০ টকাৰ পৰা ১,৮২,৪০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭.০৬.২০২০।

সবিশেষ জানিবলৈ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.gauhati.ac.in চাব পাৰিব।