চাকৰি

গুৱাহাটী বিশ্ববিদ্যালয়ত পশু চিকিত্সকৰ পদখালী

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ১৪ হেজাৰ টকাৰ পৰা ৪৯,০০০টকা।

বয়সৰ সীমাঃ ০১-০৭-২০২০ত ৩৮ বছৰতকৈ অধিক হব নালাগিব।

চাকৰিৰ স্থানঃ গুৱাহাটী। এই নিযুক্তি বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগত হব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৯-২০২০।

আবেদনৰ নিয়মঃ www.gauhati.ac.in-ত সকলো পাব।