চাকৰি
জাগীৰোড কলেজত সহকাৰী অধ্যাপকৰ প্ৰয়োজন
জাগীৰোড কলেজত সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
খালী পদৰ সংখ্যাঃ ১২টা।
এই পদসমূহ এনেধৰণৰঃ
অসমীয়া বিষয়ৰ এটা
বাংলাৰ এটা
অৰ্থনীতিৰ এটা
শিক্ষাৰ এটা(৩৭)
শিক্ষাৰ এটা(৪৭)
ভূগোলৰ এটা(৩২)
ভূগোলৰ এটা (৪৫)
বুৰঞ্জীৰ এটা(০৫)
উদ্ভিদ বিজ্ঞানৰ এটা(১০)
উদ্ভিদ বিজ্ঞানৰ এটা(৩৯)
প্ৰাণী বিজ্ঞানৰ এটা(৪৩)৷
চাকৰিৰ স্থানঃ জাগীৰোড।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।
আবেদনৰ নিয়মঃ www.jagiroadcollegelive co.in-ৰ জৰিয়তে আবেদন জনাব পাৰিব।
আৰু চাব পাৰেঃ অসমৰ শ্ৰম বিভাগত ষ্টেনোগ্ৰাফাৰৰ পদখালী