চাকৰি

ভি কে এন আৰ এলত ৩ বছৰীয়া জি এন এম পাঠ্যক্ৰমত নামভৰ্তি

Sentinel Digital Desk

ভি.কে.এন.আৰ.এল. স্কুল অৱ নাৰ্চিং, বিবেকানন্দ কেন্দ্ৰ আৰু নোমলিগড় শোধনাগাৰৰ যুটীয়া প্ৰচেষ্টাৰে গঢ় দিয়া মহিলা বিকাশৰ এটি অনুষ্ঠান।

ভি.কে.এন.আৰ.এল. স্কুল অফ নাৰ্চিঙত নামভৰ্তি :

ভি.কে.এন.আৰ.এল. স্কুল অফ নাৰ্চিংত, শেহতীয়াভাবে ০৩বছৰীয়া পাঠ্যক্ৰমৰ বাবে অফিচিয়েল নামভৰ্তিৰ অধিসূচনা মুকলি কৰিছে।

পাঠ্যক্ৰমৰ নাম

জেনেৰেল নাৰ্ছিং আৰু মিডৱাইফেৰী (জি.এন. এম.)

অনুষ্ঠানৰ নাম

ভি.কে.এন.আৰ.এল. স্কুল অফ নাৰ্চিং, নুমলিগড়

খালী স্থান

৪০টা

আৰক্ষিত স্থান

অনুসূচিত জাতি ৭%

অনুসূচিত জনজাতিৰ (পি) ১০%

অনুসূচিত জনজাতি (পাহাৰ) ৫%

অ.বি.চি./ এম.অ.বি.চি. ১৫%

ই.দাব্লিউ.এছ. ১০%

পাঠ্যক্ৰমৰ সময়সীমা

০৩বছৰ

সংযুক্ত সংস্থান

অসম নাৰ্চেছ মিডৱাইভচ্ এণ্ড হেল্থ ভিজিতিৰ্চ কাউন্সিল, গুৱাহাটী এণ্ড ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল, নতুন দিল্লী

আবেদনৰ ধৰণ

অনলাইন

লিংগ 

কেৱল মহিলাৰ বাবে

নাগৰিকত্ব

কেৱল ভাৰতীয় নাগৰিক

বয়স

১৭ - ৩৫বছৰ, ৩১/১২/২০২১ৰ মতে

শিক্ষাগত অৰ্হতা

> স্বীকৃতি প্ৰাপ্ত বৰ্ডৰ পৰা ইংৰাজী বিষয় সহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু বাছনি পৰীক্ষাত নূন্যতম ৪০% নম্বৰ প্ৰাপ্ত আৰু বিশেষকৈ ইংৰাজী।

> ইংৰাজী বিষয় সহ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ আৰু ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল দ্বাৰা স্বীকৃতিপ্ৰাপ্ত স্কুলৰ পৰা ভোকেচনেল এ.এন.এম. পাঠ্যক্ৰমত ৪০% নম্বৰ সহ উত্তীৰ্ণ।

> পাছ মাৰ্ক সহ পঞ্জীয়ন এ.এন.এম. ।

আবেদনৰ মাছুল

১০০/- টকা

আৱেদন প্ৰক্ৰিয়া : উল্লেখিত পদ সমূহত আৱেদন দাখিল কৰিবলৈ তলত উল্লেখ কৰা নিয়মাৱলী অনুকৰণ কৰক।

> তললৈ যাওঁক ৱেব লিংক খণ্ডলৈ যাওঁক

> অনলাইন এপ্লিকেচন লিংক খোলক আৰু পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক

> অনলাইন এপ্লিকেচন লিংক খোলক আৰু লগ ইন কৰক

> ব্যক্তিগত আৰু শিক্ষাগত অৰ্হতা সমূহ প্ৰয়োজনীয় ভাৱে পূৰণ কৰক

> আৱেদন মাছুল পৰিশোধ কৰক

> জমা কৰক

> আবেদনৰ এটি প্ৰতিলিপি সংগ্ৰহ কৰক

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ :

> আৱেদন জমা কৰা আৰম্ভণি তাৰিখ : ২৫ অক্টোবৰ ২০২১

> আৱেদন জমা কৰা অন্তিম তাৰিখ : ০৭ নৱেম্বৰ ২০২১

> প্ৰবেশ পৰীক্ষাৰ তাৰিখ : ১৯ নৱেম্বৰ ২০২১ (শুকুৰবাৰ)

> পাঠ্যক্ৰমৰ আৰম্ভণি : ০২ জানুৱাৰী ২০২২।