চাকৰি

হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাই নিযুক্তি ২০২০

Sentinel Digital Desk

হাব্ৰাঘাট মহাবিদ্যালয়, কৃষ্ণাই নিযুক্তি ২০২০

গোৱালপাৰাৰ কৃষ্ণাইত অৱস্থিত হাব্ৰাঘাট মহাবিদ্যালয় কতৃপক্ষই সহকাৰী অধ্যাপক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।

পদৰ নাম - সহকাৰী অধ্যাপক (ইংৰাজী)

পদৰ সংখ্যা- ০১

অৰ্হতা – উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ’ব লাগিব।প্ৰাৰ্থীৰ পি এইচ ডি ডিগ্ৰীধাৰী হ’ব লগিব । পি আৰ চি থাকিব লাগিব লগতে স্থানীয় ভাষা জানিব লাগিব ।

বয়স – ৩৮ , এছ টি/এছ চি/অবিচি/ এম অ‌ বি চিৰ বাবে ৫ বছৰ ৰেহাই ।

পদৰ নাম - অৰ্থনীতি

পদৰ নাম -ৰাজনীতি বিজ্ঞান

কেনেদৰে আৱেদন জনাব : প্ৰাৰ্থীয়ে তেওঁলোকৰ উপযুক্ত নথি পত্ৰ ২০০০ টকাৰ সহায়ত Habraghat Mahavidyalaya, Krishnai, payable at United Bank of India, Krishnai Branch ১৬/০৩/২০২০ ৰ আগত পঠিয়াব লাগিব।

অন্তিম তাৰিখ- ১৬/০৩/২০২০

সৱিশেষ জানিবলৈ: