চাকৰি

সন্দিকৈ ছোৱালাী কলেজত প্ৰকল্প সহায়কৰ প্ৰয়োজন

এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স, আদিৰ তথ্য তলত উল্লেখ কৰা হৈছেঃ

Sentinel Digital Desk

সন্দিকৈ ছোৱালী কলেজৰ বিষয়েঃ সন্দিকৈ ছোৱালী কলেজ হৈছে অসমৰ এখন অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ এই কলেজে কলা আৰু বিজ্ঞানৰ পাঠ্যক্ৰমৰ শিক্ষা আগবঢ়ায়। 

সন্দিকৈ  ছোৱালাী কলেজে ভাৰত চৰকাৰৰ জীৱ-প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ এটা প্ৰকল্পৰ বাবে প্ৰকল্প সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।  এই প্ৰকল্পৰ নাম হৈছেঃ  "Development of novel gallium–based metallodrugs as chemotherapeutic anticancer agent"। প্ৰকল্পৰ সময় দুবছৰৰ

এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়স, আদিৰ তথ্য তলত উল্লেখ কৰা হৈছেঃ 

 প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

প্ৰকল্প সহায়ক। 

খালী পদৰ সংখ্যা

০১টা। 

বয়সৰ সীমা

উল্লেখ নাই। 


 দৰমহা

২৫ হেজাৰ টকাৰ লগতে ঘড়ভাডা় বানচ। 

চাকৰিৰ স্থান

গুৱাহাটী. অসম

অন্তিম তাৰিখ 

১৮ ডিচেম্বৰ, ২০২১

আবেদন মাচুল 

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতা:ৰসায়ন বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী। অজৈৱ আৰু জৈৱ সংশ্লেষণৰ কামৰ অভিজ্ঞতা বিচৰা হব পাৰে। 

আবেদনৰ প্ৰক্ৰিয়া: অহা ১৮ ডিচেম্বৰৰ ভিতৰত Dr. Akhtar Hussain, Principal Investigator, Department of Chemistry, Handique Girls' College, Guwahati, email addressঃ hgcresakh@gmail.com. লৈ আবেদন প্ৰেৰণ কিৰব পাৰে।