চাকৰি

গুৱাহাটীৰ হায়াট চিকিৎসালয়ত প্ৰবন্ধক আৰু অভিযন্তাৰ পদখালী

Sentinel Digital Desk

হায়াট চিকিৎসালয়, গুৱাহাটীত প্ৰবন্ধক আৰু অভিযন্তাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। 

পদৰ নাম : প্ৰবন্ধক - যোগান শৃংখল ব্যৱস্থাপনা

খালী পদৰ সংখ্যা : ০৪ টা। 

পদৰ নাম : অভিযন্তা - চিভিল ।

খালী পদৰ সংখ্যা : ০১ ।

নিযুক্তিৰ স্থান : গুৱাহাটী, অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৯/১০/২০২১

আবেদন প্ৰক্ৰিয়া : ই- মেইল

অৰ্হতা :

প্ৰবন্ধক : B. Pharm/ M. Pharm/ D. Pharm ডিগ্ৰীধাৰী লগতে স্বাস্থ্য সেৱা অনুষ্ঠান/ চিকিৎসা অনুষ্ঠানত অভিজ্ঞ।

অভিজ্ঞতা : ০৪ - ০৮বছৰ।

অভিযন্তা : চিভিল অভিযান্ত্ৰিক বিষয়ত BE/ JE ডিগ্ৰীধাৰী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ (বায়ডাটা) মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : recruitment@hayathospital.in

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক। 

ঠিকনা : হায়াট চিকিৎসালয় গুৱাহাটী, অসম

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ