চাকৰি

কেৰালা উচ্চ ন্যায়ালয়ত গৱেষণা সহকাৰী নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০৩টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ জন্ম ২৬-০৮-১৯৯২ৰ পৰা ২৫-০৮-১৯৯৮ৰ ভিতৰত হব লাগিব।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকা।

প্ৰাৰ্থী বাছনিঃ প্ৰাৰম্ভিক পৰীক্ষা, লিখিত পৰীক্ষা, সাক্ষাতকাৰ আদি।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে www.hckrecruitment.nic.in এই ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ www.hckrecruitment.nic.inচাওক।