চাকৰি

ছিকিম উচ্চ ন্যায়ালয়ত চতুৰ্থ বৰ্গৰ পদখালী

Sentinel Digital Desk

ছিকিম উচ্চ ন্যায়ালয়ত সংবাদ -বাহক আৰু পিয়নৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম: সংবাদ - বাহক

খালী পদৰ সংখ্যা : ০১

দৰমহা : দৰমহা স্তৰ - গ্ৰেড ৪

বয়স : ১৮ - ৪০বছৰ

খালী পদৰ সংখ্যা : পিয়ন

খালী পদৰ সংখ্যা : ০২

দৰমহা : দৰমহা স্তৰ - গ্ৰেড ৪

বয়স : ১৮ - ৪০বছৰ

নিযুক্তিৰ স্থান : গেংটক/ ছিক্কিম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০১/১০/২০২১

পদৰ ধৰণ : স্থায়ী

শিক্ষাগত অৰ্হতা :

• সংবাদ - বাহক : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণী পাছ হ'ব লাগিব।

• পিয়ন : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণী পাছ হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ আৰু নিজৰ স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথিপত্ৰ আৰু পাছপৰ্ট ফটোৰ সৈতে পঞ্জীয়ক, উচ্চ ন্যায়ালয়, ছিক্কিম, গেংটক।