খালী পদৰ সংখ্যাঃ ১টা।
শিক্ষাগত অৰ্হতাঃ কম্পিউটাৰ ছায়েন্স বা আই টিত এম এছ চি বা এম টেক।
প্ৰকল্পৰ নামঃ Development of a software for field test of cervical cancer using pap smear images।
দৰমহাঃ ২০ হেজাৰ টকা।
বয়সৰ সীমাঃ ১৮-০৯-২০২০ত ৩৫ বছৰতকৈ অধিক হব নালাগিব।
প্ৰকল্পৰ সময়ঃ আৰম্ভণীতে ছমাহ আৰু পাছলৈ এবছৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে।
আবেদন lbmahanta@iasst.gov.in বা registrariasst@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰেঃ অসমৰ হাউছফেডত বিভিন্ন ধৰণৰ পদখালী