চাকৰি

কেৰাণী নিযুক্তিৰ বাবে আই বি পি এছৰ পৰীক্ষা

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১,৫৫৭টা।

চাকৰিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩-০৯-২০২০।

শিক্ষাগত অৰ্হতাঃ স্নাতক ডিগ্ৰী।

বয়সৰ সীমাঃ ২০ৰ পৰা ২৮ বছৰ। 

আবেদনৰ মাচুলঃ সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৭৫টকা আৰু সাধাৰণ আৰু অন্যান্য শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ৮৫০টকা।