চাকৰি

আই আই টি-বি এইচ ইউত পঞ্জীয়ক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৫৭ বছৰ।

নিযুক্তিৰ স্থানঃ বাৰাণসী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮-০৯-২০২০।

আবেদনৰ নিয়মঃ www.iitbhu.ac.in চাওক।