ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদৰ চাকৰিৰ আবেদন আহ্বান

ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদ(এ চি টি ই)-এ সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদৰ চাকৰিৰ আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ০৩টা।

বয়সৰ সীমাঃ ২০ৰ পৰা ২৭ বছৰ।

দৰমহাঃ ৩৫,৪০০ টকাৰ পৰা ১,১২,৪০০টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদৰ গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা। কম্পিউটাৰ পৰীক্ষা।

আবেদনৰ নিয়মঃ www.ncte.gov.in চাওক। কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com